ত্ৰিশূল ছুপাৰৰ চালক-হেণ্ডিমেনে ছুৰিকাঘাত কৰিলে এজনক

কলিয়াবৰৰ ৰাঙলুত ভয়ংকৰ ঘটনা। এজনক ছুৰিকাঘাত ছুপাৰৰ চালক–হেণ্ডিমেনৰ। গুৰুতৰভাৱে আহত চুলেমান হুছেইন নামৰ যুৱকজন। গাড়ী ভাৰাক লৈ যাত্ৰী মুকেশ শ্বাহৰ সৈতে হৈছিল কথাৰ কটাকটি হৈছিল ছুপাৰৰ চালক–হেণ্ডিমেনৰ। গাড়ী ৰখাই যাত্ৰী মুকেশ আৰু ত্ৰিশূল ছুপাৰৰ চালক–হেণ্ডিমেনৰ তৰ্ক। পিছফালৰ পৰা গাড়ীৰে গৈ থকা চালক চুলেমানে বাধা দিছিল কাজিয়াত। বাধা প্ৰদান কৰোতে পিঠিত ছুৰীৰে আঘাত চুলেমান হুছেইনক। অত্যাধিক ৰক্তক্ষৰণ হোৱাত জখলাবন্ধাৰ চিকিৎসালয়লৈ প্ৰেৰণ লোকজনক। উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ চুলেমানক। গাড়ীখন জব্দ কৰি তদন্ত আৰম্ভ কৰিছে জখলাবন্ধা আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘এইবাৰ মই টাৰ্গেট নেকি?’ জুবিন গাৰ্গৰ বন্ধু তথা সংগীতজ্ঞ পাৰ্থপ্ৰতিম গোস্বামীৰ বিস্ফোৰক পোষ্ট

জুবিন গাৰ্গৰ ন্যায় বিচাৰি মাত মাতি অহা বন্ধু পাৰ্থপ্ৰতিম...

প্ৰেম, সন্দেহ, হ/ত্যা…প্ৰেমৰ নামত আৰু কিমানে হেৰুৱাব লাগিব জীৱন?

গুৱাহাটী মহানগৰীৰ মাজমজিয়াত ৰিয়া হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নোযাওঁতেই ৰাজ্যত...

চীন-ভাৰতৰ সীমা সমস্যা হ’বনে সমাধান? BRICS ত কি কি ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ মোদী-ছি জিনপিং?

ৰাছিয়াৰ কাজানত অনুষ্ঠিত বৈঠকৰ দুবছৰৰ পাছত শনিবাৰে নতুন দিল্লীত...

কলিয়াবৰৰ বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰ; অসুৰক্ষিত অৱস্থাত চলিছে শিশুৰ পাঠদান

কলিয়াবৰৰ শালবাৰী অংগনবাড়ী কেন্দ্ৰৰ শোচনীয় অৱস্থাই এতিয়া প্ৰশ্নৰ অৱতাৰণা...