দুদিনীয়া ভ্রমণসূচীৰে কুৱেইটলৈ প্রধানমন্ত্রী নৰেন্দ্র মোদী

দুদিনীয়া ভ্রমণসূচীৰে কুৱেইটলৈ প্রধানমন্ত্রী নৰেন্দ্র মোদী। ৪৩ বছৰৰ মূৰত ভাৰতৰ প্রধানমন্ত্ৰীৰ কুৱেইট ভ্ৰমণ। ভ্রমণকালত কেইবাখনো দ্বিপাক্ষিক চুক্তি স্বাক্ষৰৰ সম্ভাৱনা। কুৱেইটৰ প্ৰৱাসী ভাৰতীয়ৰ সৈতে মত-বিনিময় কৰিব মোদীয়ে। গাল্ফ কাপ ফুটবল প্ৰতিযোগিতাৰ উদ্বোধন কৰিব মোদীয়ে। ১৯৮১ চনতে কুৱেইটলৈ গৈছিল ভাৰতৰ প্ৰথম প্রধানমন্ত্ৰী। ইন্দিৰা গান্ধীয়ে ভ্রমণ কৰিছিল কুৱেইট।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২৮ হাজাৰ কোটি টকাৰ চাইবাৰ জালিয়াতিৰ সন্দেহত অধিবক্তাক গ্ৰেপ্তাৰ EDৰ

প্ৰায় ২৮ হাজাৰ কোটি টকাৰ বেংকিং লেনদেনৰ সৈতে জড়িত...

শ্ৰীভূমিত বিহু শিল্পীৰে মাৰপিটক লৈ উত্তাল অসম; দোষীক শাস্তিৰ দাবী

বৰাক উপত্যকাৰ শ্ৰীভূমিত প্ৰতিমা বিসৰ্জনক কেন্দ্ৰ কৰি বিহু শিল্পীৰ...

‘আপোনালোকৰ অট্টালিকাত বোমা আছে’ ! এদিনৰ ছুটী পাবলৈ ভুৱা ভাবুকিৰে ই-মেইল প্ৰেৰণ দিল্লীৰ ছাত্ৰীৰ

দিল্লীৰ এখন বিদ্যালয়ত এদিনৰ ছুটী লাভ কৰাৰ উদ্দেশ্যে এগৰাকী...

যোৰহাটত ভুৱা চিকিৎসক গ্ৰেপ্তাৰ

যোৰহাটত ভুৱা চিকিৎসক গ্ৰেপ্তাৰ। দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ পৰিয়ালৰ...