ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ৰবিচন্দ্ৰন অশ্বিনৰ

ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ৰবিচন্দ্ৰন অশ্বিনৰ। ৩৮ বছৰীয়া অশ্বিনে টেষ্টত ৫৩৭ টা উইকেট সংগ্ৰহ। এদিনীয়া ক্ৰিকেটত সংগ্ৰহ কৰিছে ১৫৬ টা উইকেট। T20 মেচত ৭২ টা উইকেট দখল কৰিছে আৰ অশ্বিনে। ভাৰতৰ বহু সংকটপূৰ্ণ অৱস্থাত সুন্দৰ বেটিং কৰিছিল অশ্বিনে।অশ্বিনে টেষ্ট ক্ৰিকেটত ৬টা শতক অৰ্জন কৰিছে। ভাৰত–অষ্ট্ৰেলিয়াৰ তৃতীয় টেষ্টৰ পিছতে অৱসৰ ঘোষণা অশ্বিনৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ প্ৰতিৰক্ষা খণ্ডত আন এক ডাঙৰ সফলতা: ‘অগ্নি-৪’ পাৰমাণৱিক বেলাষ্টিক মিছাইলৰ সফল পৰীক্ষণ

ভাৰতে ওড়িশাৰ চান্দীপুৰত থকা সংৰক্ষিত পৰীক্ষণ কেন্দ্ৰৰ (Integrated Test...

NEET-UG প্ৰশ্নকাকত ফাদিল কাণ্ড: CBIৰ চাৰ্জশ্বীটত নাম সাঙোৰ খাইছে NTAৰ ৩ গৰাকী বিষয়-বিশেষজ্ঞৰ

NEET-UG 2026ৰ প্ৰশ্নকাকত ফাদিল সংক্ৰান্তত কেন্দ্ৰীয় তদন্ত সংস্থা (CBI)ই...

এতিয়াৰে পৰা বিনামূলীয়া হৈ নাথাকে UPI সেৱা! লোকসভাত গৃহীত হ’ল নতুন সংশোধনী বিধেয়ক

ইউনাইটেড পেমেণ্টছ ইণ্টাৰফেচ (UPI) আৰু অন্যান্য সূচিত ইণ্ডিয়া ইলেকট্ৰনিক...