গো মাংস বিক্ৰী কৰি গেলেকী আৰক্ষীৰ জালত দুজনকৈ লোক

আজৱ! ধান খোৱাৰ বাবেই কৰিলে গৰুৰ ঠেঙত আঘাত…ৰাতিও গৰুৰ ঠেং ভাল নোহোৱাত গৃহস্থই হত্যা কৰি বিক্ৰী কৰিলে মাংস! গো মাংস বিক্ৰী কৰি আৰক্ষীৰ জালত দুজনকৈ লোক।

ৰাজ্যত গো মাংস বিক্ৰীৰ ক্ষেত্ৰত চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰাৰ পিছৰে পৰা সষ্টম হৈ পৰিছে অসম আৰক্ষী। এইবাৰ গো মাংস বিক্ৰী কৰি গেলেকী আৰক্ষীৰ জালত দুজনকৈ লোক। গো মাংস বিক্ৰী কৰাৰ অপৰাধত গেলেকীৰ লক্ষ্মীজান বাগিচাৰ ৬ নং লাইনৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ২জনকৈ লোকক। লোক দুজন চানচন লগন আৰু চামৰা মুণ্ডা। স্থানীয় গাওঁৰক্ষী বাহিনীৰ অভিযোগৰ ভিত্তিত গেলেকী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লোক দুজনক। জানিব পৰা মতে চামৰা মুণ্ডা নামৰ লোকজনে নিজ গৃহৰ এটা আঘাতপ্ৰাপ্ত গৰু কাটি মাংস বিক্ৰী কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰতিবাদত অংশ লৈ বিপদত অভিনেতা ইমৰান খান! ২৮ অক্টোবৰৰ ভিতৰত ভাৰত এৰাৰ জাননী মুম্বাই আৰক্ষীৰ

বলিউডৰ অভিনেতা তথা ছুপাৰষ্টাৰ আমিৰ খানৰ ভতিজা ইমৰান খানলৈ...