মহানগৰীৰ ইউনিছেক্স স্পাৰ ভিতৰত চলে কি?

এইবাৰ ইউনিছেক্স স্পাৰ ভিতৰত ড্ৰাগছৰ পয়োভৰ। ইউনিছেক্স স্পাৰ ভিতৰত উদ্ধাৰ মাৰাত্মক ড্ৰাগছ। উলুবাৰীৰ নিউ ষ্টাৰ বিউটী স্পাত আৰক্ষীৰ অভিযান। অভিযানত ৩ যুৱতীক গ্ৰেপ্তাৰ পল্টনবজাৰ আৰক্ষীৰ। গ্ৰেপ্তাৰ হৈছে তৃষ্ণা দাস, চালেহা খাতুন আৰু মুন্নী খান। তিনিওৰে পৰা উদ্ধাৰ ৭টা ড্ৰাগছভৰ্তি কন্টেইনাৰ আৰু ৯ পেকেট ভাং। নিচাসক্ত হৈ যুৱতীয়ে অনৈতিক কাৰ্য চলোৱাৰ অভিযোগ। সম্প্ৰতি পল্টনবজাৰ আৰক্ষীয়ে জেৰা চলাই আছে ধৃত ৩ যুৱতীক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ত্ৰিপুৰাৰ বিৰুদ্ধে ৰঞ্জি ট্ৰফীৰ মেচৰ বাবে অসম দল ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ৮ নৱেম্বৰৰ পৰা ত্ৰিপুৰাৰ বিৰুদ্ধে...

চলিত মাহতে বিবাহ পাশত আবদ্ধ হ’ব ক্ৰিকেট তাৰকা স্মৃতি মন্ধনা

চলিত মাহতে বিবাহ পাশত আবদ্ধ হ’ব ক্ৰিকেট তাৰকা স্মৃতি...

ইতিবাচক…বাছ লৈ ‘ৰৈ ৰৈ বিনালে’ চাবলৈ চাবলৈ আহিল চলচ্চিত্ৰপ্ৰেমী

জুবিন গাৰ্গৰ সপোনবোৰ যেন দিঠক হৈছে। তেওঁ কোৱাৰ দৰেই...