চাঞ্চল্যকৰ অপহৰণকাণ্ডই জোকাৰিছে ঢকুৱাখনা

প্ৰসংগ : ঢকুৱাখনাৰ চাঞ্চল্যকৰ অপহৰণকাণ্ড। ৩৬ ঘণ্টাৰ পিছতো অপহৃতৰ পোৱা নাই কোনো শুংসূত্ৰ। আজিও সন্ধান নাই ৪-৫ জনীয়া দুৰ্বৃত্তৰ দলৰ। বুধবাৰে সন্ধিয়া অপহৰণ কৰিছিল ব্যৱসায়ী দেৱেন্দ্ৰ কুমাৰক। ছদ্মবেশী গ্ৰাহকৰ দলে দোকানৰ পৰা বুধবাৰে সন্ধিয়া অপহৰণ কৰিছিল। মাহধোৱাৰ ব্যৱসায়ী তথা অৱসৰপ্ৰাপ্ত CRP জোৱান দেৱেন্দ্ৰ কুমাৰক। এখন বগা ৰঙৰ বলেৰ’ বাহনত আহিছিল দুৰ্বৃত্তৰ দল। হাৰিয়ানাৰ বাসিন্দা আছিল অপহৃত দেৱেন্দ্ৰ কুমাৰ। ঘটনাৰ পিছতেই পত্নীয়ে ঢকুৱাখনা থানাত দাখিল কৰিছিল এজাহাৰ। কিন্তু বৰ্তমানেও আৰক্ষীও সন্ধান উলিয়াব নোৱাৰিলে দেৱেন্দ্ৰ কুমাৰৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মেকেঞ্জি স্কটৰ নতুন অভিলেখ । এতিয়ালৈ দান কৰিলে ২.৪৬লাখ কোটি টকা

শেহতীয়াকৈ উত্তৰ কেৰ’লিনাৰ Elizabeth City State Universityক মেকেঞ্জি স্কটে...

কোন এই ছাৰাহ খালিফা ? কিয় ইজিপ্তৰ এইগৰাকী বাতৰি উপস্থাপকৰ বিৰুদ্ধে দিয়া হ’ল মৃত্যুদণ্ডৰ ৰায়দান ?

ইম্পছিবল নামৰ অপৰাধ আৰু নিৰাপত্তা বিষয়ক টেলিভিছন অনুষ্ঠানৰ জৰিয়তে...

চীন মাষ্টাৰ্ছত সতৱিক-চিৰাগৰ খিতাপ জয়

ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ সতৱিকছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শেট্টীয়ে...

UN Map Resolution-লৈ ভাৰতৰ সমৰ্থন, J&K-লাডাখক লৈ কিয় আপোচ নকৰে দিল্লীয়ে?

বিশ্বৰ মানচিত্ৰত দেশসমূহ আৰু মহাদেশসমূহৰ ভৌগোলিক আকাৰ অধিক সঠিকভাৱে...