অগ্নিনাভ শিৱ মন্দিৰৰ মূৰ্তি চুৰিক লৈ কি ক’লে শিখা মজিন্দাৰ বৰুৱাই?

বহু চৰ্চিত নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ আকৌ চৰ্চালৈ আহিছে। বৃহস্পতিবাৰে নিশা অগ্নিনাভ শিৱ মন্দিৰত ঘটিল কোনেও কাহানিও কল্পনা নকৰা এক অনাকাংক্ষিত ঘটনা। বৃহস্পতিবাৰে নিশা নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰত সংঘটিত হ’ল চুৰিকাণ্ড। চোৰে নিলে বাবা অগ্নিনাভৰ মূৰ্তি। ঘটনাৰ পিছতে আৰক্ষীয়ে অভিযান চলাই শিমলুগুৰি ৰে’ল ষ্টেচনৰ পৰা উদ্ধাৰ কৰিলে মন্দিৰৰ মূল মূৰ্তিভাগ। মূৰ্তিসহ গ্ৰেপ্তাৰ হ’ল আৰিফ আলী। আনফালে বৰ্তমানেও পলাতক আন এটা চোৰ। সমগ্ৰ ঘটনা সন্দৰ্ভত NKTVতো সম্প্ৰচাৰ হৈছিল বাতৰি। শেহতীয়াকৈ NKTVৰ এক অনুষ্ঠানত ভাগ ল’লে মন্দিৰৰ স্বত্বাধিকাৰী শিখা মজিন্দাৰ বৰুৱাই। অনুষ্ঠানত বৰুৱাই মন্দিৰ সম্পৰ্কে উল্লেখ কৰিলে বহু কথা। মন্দিৰৰ মূৰ্তি চুৰিক লৈও শিখা মজিন্দাৰ বৰুৱাই কৰিলে কেইবাটাও মন্তব্য। তেওঁ ক’লে যে ‘এয়া যি হৈছে ভালৰ বাবে হৈছে…’ অগ্নিনাভ শিৱ মন্দিৰৰ মূৰ্তি চুৰিক লৈ আৰু কি ক’লে শিখা মজিন্দাৰ বৰুৱাই? চাওক সবিশেষ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...