ছীটবেল্ট, হেলমেট নিপিন্ধিলে ডিপোত নাপাব তেল

গাড়ীখন বা বাইকত বাহিৰলৈ ওলাই গ’লে ছীটবেল্ট নাইবা হেলমেট ব্যৱহাৰ কৰেনে আপুনি? যদি নকৰে তেন্তে এতিয়াৰ পৰা গঢ়ি তোলক ব্যৱহাৰ কৰাৰ অভ্যাস। কিয়নো ছীটবেল্ট, হেলমেট নিপিন্ধিলে এতিয়াৰে পৰা ডিপোত নাপাব তেল।

কামৰূপ জিলা প্ৰশাসনে জাৰি কৰিছে এক বিশেষ নিৰ্দেশনা। ছীটবেল্ট, হেলমেট নিপিন্ধিলে ডিপোত নাপাব তেল। তেল ডিপোত CCTV থকাটো বাধ্যতামূলক। CCTV লগাবলৈ স্বত্বাধিকাৰীক ১০ দিনৰ সময়সীমা। CCTVত স্পষ্ট হ’ব লাগিব গ্ৰাহকৰ ভিজুৱেল। যান-বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ জিলা প্ৰশাসন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াত ১,০০০তকৈও অধিক ড্ৰোন আক্ৰমণ ইউক্ৰেইনৰ; মস্কোত ইতিহাসৰ আটাইতকৈ বৃহৎ আক্ৰমণ

ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীয়ে ৰাছিয়াৰ বিভিন্ন প্ৰান্তত ১,০০০তকৈও অধিক ড্ৰোনৰে...

কবি আনিছ উজ জামানৰ জীৱনাসান, শোক প্ৰকাশ অসম সাহিত্য সভাৰ

অসম সাহিত্য সভাৰ ‘জাতীয় কবি’ অভিধাৰে সন্মানিত বিশিষ্ট কবি...