গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চাঞ্চল্যকৰ ঘটনা

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চাঞ্চল্যকৰ ঘটনা। GMCHৰ বাকৰিত উদ্ধাৰ এজন লোকৰ মৃতদেহ। মৃত লোকজন ৰঙিয়াৰ মনেশ্বৰ বড়ো বুলি চিনাক্ত। ১৬ নৱেম্বৰৰ পৰা নিৰুদ্দিষ্ট হৈ আছিল লোকজন। লোকজনৰ মুখমণ্ডল, হাত–ভৰিত স্পষ্ট আঘাতৰ চিন। দুৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ মনেশ্বৰ বড়োক। এজন ৰোগীৰ ৰখীয়া হিচাপে GMCHত আছিল মনেশ্বৰ। ৰাজগড়ত ওলাইছে লোকজনৰ ম’বাইলৰ অন্তিম লোকেশ্যন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...