গুৱাহাটীৰ ফাঁচীবজাৰৰ ঘটনাই জোকাৰিছে ৰাজ্য

গুৱাহাটীৰ ফাঁচীবজাৰৰ ঘটনাই জোকাৰিছে ৰাজ্য। ডেলিভাৰী বয়ক আৰক্ষী বিষয়াই প্ৰহাৰ কৰাক কেন্দ্ৰ কৰি অব্যাহত তীব্ৰ প্ৰতিক্ৰিয়া। ফাঁচী বজাৰৰ ঘটনাৰ পাছতেই তাৎক্ষণিকভাৱে নিলম্বন কৰা হৈছিল অভিযুক্ত পাণবজাৰ থানাৰ OC ভাৰ্গৱ বৰবৰাক। ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছিল গুৱাহাটী আৰক্ষী আয়ুক্তক। নিশা পাণবজাৰ থানাত প্ৰায় ৪ ঘণ্টা থাকিবলগীয়া হৈছিল জ্ঞানদীপ। এই সময়চোৱাতেই জ্ঞানদ্বীপৰ হাতত লগাই দিয়া হৈছিল হেণ্ডকাফ। অভিযুক্ত আৰক্ষী বিষয়াজনে এটা চৰো সোধাইছিল যুৱকজনক। শেহতীয়াকৈ NKTVৰ ‘খবৰৰ আঁৰৰ খবৰ’ অনু্ষ্ঠানত বিস্ফোৰণ ভুক্তভোগী জ্ঞানদীপ হাজৰিকাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াৰ সঁহাৰি: ৫০ হাজাৰ কোটি টকাৰ চুক্তিত ভাৰতে ক্ৰয় কৰিব অতিৰিক্ত ৫টা এছ-৪০০ ‘সুদৰ্শন’ স্কোৱাড্ৰন

ভাৰতীয় বায়ুসেনাৰ আকাশমাৰ্গৰ সুৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে...

প্ৰযুক্তিয়ে আগজাননী দিব পাৰেনে প্ৰাকৃতিক দুৰ্যোগৰ? AI, উপগ্ৰহ আৰু স্মাৰ্টফোনে কেনেদৰে কৰিব পাৰে সতৰ্ক?

নেপাল-তিব্বতৰ শেহতীয়া হিমবাহ গলন আৰু আকস্মিক দুৰ্যোগৰ পৰিপ্ৰেক্ষিতত প্ৰাকৃতিক...

ফেচবুক-ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীক লক্ষ্য কৰি ভুৱা পৰ্ণ এপৰ জাল: ফোন হাইজেক কৰি ধন লুণ্ঠন কৰিব পাৰে বিপজ্জনক মেলৱেৰে

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ফেচবুক আৰু ইনষ্টাগ্ৰামত প্ৰচাৰিত ভুৱা পৰ্ণ...