দুৰ্গা পূজাৰ নৱমী-দশমীত গুৱাহাটীত সংঘটিত হ’ল ৫৯ টাকৈ পথ দুৰ্ঘটনা

দুৰ্গা পূজাৰ নৱমী-দশমীত গুৱাহাটীত সংঘটিত হ’ল ৫৯ টাকৈ পথ দুৰ্ঘটনা। পূজাৰ সময়ত গুৱাহাটীত পথ দুৰ্ঘটনাত মৃত্যু এজন বাইক আৰোহীৰ। গুৱাহাটীকে ধৰি পাৰ্শ্বৱৰ্তী এলেকাত সৰ্বমুঠ ১২০ টা পথ দুৰ্ঘটনা। দুৰ্ঘটনাত আহত হয় ১১২ জন পুৰুষ। দুৰ্গা পূজাত দুৰ্ঘটনাত পতিত হৈ আহত হয় ৮ গৰাকী মহিলা। বৰ্তমানেও GMCHত চিকিৎসাধীন ২৪জন আহত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াত ১,০০০তকৈও অধিক ড্ৰোন আক্ৰমণ ইউক্ৰেইনৰ; মস্কোত ইতিহাসৰ আটাইতকৈ বৃহৎ আক্ৰমণ

ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীয়ে ৰাছিয়াৰ বিভিন্ন প্ৰান্তত ১,০০০তকৈও অধিক ড্ৰোনৰে...

কবি আনিছ উজ জামানৰ জীৱনাসান, শোক প্ৰকাশ অসম সাহিত্য সভাৰ

অসম সাহিত্য সভাৰ ‘জাতীয় কবি’ অভিধাৰে সন্মানিত বিশিষ্ট কবি...