পুখুৰীত পৰি থকা বাহনৰ ভিতৰত উদ্ধাৰ এটা মৃতদেহ

নলবাৰীৰ শোলমাৰাত চাঞ্চল্যকৰ ঘটনা। পুখুৰীত পৰি থকা বাহনৰ ভিতৰত উদ্ধাৰ এটা মৃতদেহ। এতিয়ালৈকে আৰক্ষীয়ে চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাই মৃতদেহটো। বাহনখনৰ নম্বৰ হ’ল AS-03-AJ 3927, আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই বাহনৰ ভিতৰত থকা মৃতদেহটোৰ পৰিচয়। পুৱা প্ৰায় ৪ বজাত পুখুৰীত পৰি থকা অৱস্থাত উদ্ধাৰ বাহনসহ মৃতদেহটো। এইয়া দুৰ্ঘটনা নে আন কিবা ঘটনা সেয়া নিশ্চিত হোৱা নাই আৰক্ষী। ইতিমধ্যে পুখুৰীৰ পৰা তুলি অনা হৈছে মৃতদেহসহ বাহনখন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কটন বিশ্ববিদ্যালয়ত বেডমিণ্টনৰ সুবিধা ব্যৱহাৰৰ বাবে অসম ক্ৰীড়া প্ৰাধিকৰণৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ

কটন বিশ্ববিদ্যালয়ত অৱস্থিত বেডমিণ্টন খেলৰ সুবিধাৰ ব্যৱহাৰৰ উদ্দেশ্যে কটন...

LPGৰ ঠাই ল’ব নেকি ইথানলে? ইয়াক পানীৰ সৈতে মিহলি কৰাৰ আঁৰৰ যুক্তি কি?

শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ইথানল ভিত্তিক ষ্ট’ভ প্ৰযুক্তিৰ...

এটা আমৰ বাবে ১৫ৰ পৰা ১৮ হাজাৰ টকাৰ নিবিদা…

আমক লৈ চৰ্চিত হৈ পৰিছে এখন বিশেষ ঠাই। জাপানৰ...

এজন অধিবক্তা কেতিয়া উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হয়?

ভাৰতৰ উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ হিচাপে নিযুক্তিৰ বাবে উচ্চতম ন্যায়ালয়ৰ...