অগ্নিদগ্ধ হৈ একে পৰিয়ালৰ ২ শিশুসহ ৭ জনৰ মৃত্যু

মুম্বাইত পুৱা ভয়ংকৰ অগ্নিকাণ্ড। চেম্বুৰৰ সিদ্ধাৰ্থ নগৰৰ এটা দুমহলীয়া অট্টালিকাত এই অগ্নিকাণ্ড। অগ্নিদগ্ধ হৈ একে পৰিয়ালৰ ২ শিশুসহ ৭ জনৰ মৃত্যু। অট্টালিকাৰ তলত থকা দোকানৰ পৰা জুইৰ সূত্ৰপাত। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিতৰ ফলতেই সংঘটিত অগ্নিকাণ্ড। দোকানৰ পৰা ওপৰৰ মহলালৈ বিয়পি পৰে জুই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

GMCHত উপলব্ধ হ’ব কেন্সাৰৰ উন্নত থেৰাপীৰ সঁজুলি,সঁজুলি ক্ৰয়ৰ বাবে কেবিনেটৰ অনুমোদন

অসমত কেন্সাৰ চিকিৎসাৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰিবলৈ...

নেপালত কিয় পুতি পেলোৱা হৈছে চিনাক্ত নোহোৱা মৃতদেহ? কেনেকৈ হ’ব মৃতদেহৰ চিনাক্তকৰণ?

নেপালত ভয়াৱহ বানত মৃত্যু হোৱা চিনাক্ত নোহোৱা মৃতদেহসমূহ পুতি...

বয়স-ফিটনেছৰ বাবে সলনি হ’ব নেকি ভাৰতৰ বিশ্বকাপ দল?

২০২৭ৰ এদিনীয়া বিশ্বকাপৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে ভাৰতীয় ক্ৰিকেট...

১৫ বছৰীয়া বৈভৱৰ কান্ধত ইষ্ট জ’নৰ নেতৃত্বৰ দায়িত্ব

বেংগালুৰুৰ Centre of Excellence (CoE)ত দেওবাৰে অনুষ্ঠিত দুলীপ ট্ৰফীৰ...