কোকৰাঝাৰৰ শান্তি নগৰৰ ডাবল মাৰ্ডাৰৰ অভিযুক্তক গ্ৰেপ্তাৰ

কোকৰাঝাৰৰ শান্তি নগৰৰ ডাবল মাৰ্ডাৰৰ অভিযুক্তক গ্ৰেপ্তাৰ। অভিযুক্ত জোঁৱাই মানৱ সাহাক পশ্চিমবংগৰৰ পৰা গ্ৰেপ্তাৰ আৰক্ষীৰ। বৃহস্পতিবাৰে পুৱতি নিশা সংঘটিত হৈছিল লোমহৰ্ষক হত্যাকাণ্ড। শাহুৱেক-জেশাহুয়েকক নিৰ্মমভাৱে হত্যা কৰি পলাতক হৈ আছিল মানৱ। মানৱৰ পৰকীয়া প্ৰেমৰ বাবে বিচ্ছেদ হৈছিল প্ৰথমা পত্নীৰে। পুনৰ প্ৰথমা পত্নীক নিজৰ ওচৰলৈ নিবলৈ ব্যৰ্থ হৈছিল প্ৰতাৰক মানৱ। পূৰ্বেও পত্নী আৰু সন্তানক আক্ৰমণ কৰিছিল মানৱে। পত্নীক নাপাই শাহু আৰু জেশাহুক কৰিছিল হত্যা। পলাতক মানৱ সাহাক অৱশেষত গ্ৰেপ্তাৰ কৰিলে কোকৰাঝাৰ আৰক্ষীয়ে।

Popular

More like this
Related

অপৰাধীৰ ৰম্যভূমিলৈ যেন পৰিণত হৈছে গুৱাহাটী মহানগৰী

অপৰাধীৰ ৰম্যভূমিলৈ যেন পৰিণত হৈছে উত্তৰ-পূবৰ দুৱাৰমুখস্বৰূপ গুৱাহাটী মহানগৰী।...

অসমত ৮ ঘণ্টীয়া জেৰাৰ সন্মুখীন তামান্না ভাটিয়া

অসমত ৮ ঘণ্টীয়া জেৰাৰ সন্মুখীন তামান্না ভাটিয়া। EDৰ কাৰ্যালয়ত...

পাকিস্তানত বিদেশমন্ত্ৰী জয়শংকৰ

ছাংহাই কো-অপাৰেছন অৰ্গেনাইজেছন বৈঠকৰ বাবে পাকিস্তানত বিদেশমন্ত্ৰী জয়শংকৰ। কূটনৈতিক...

গজৰাজে তাণ্ডৱ চলালে ৰাজপথত

অৰণ্য ধ্বংস কৰাৰ পৰিণামহে যেন ভুগিছে মানৱ জাতিয়ে! দিনক...