বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা সন্ধানহীন

বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা সন্ধানহীন। পুৱা ১০ বজাৰ পৰা সন্ধান নাই ৰমেন বৰুৱাৰ। লতাশিলৰ গণেশ মন্দিৰলৈ বুলি ওলাই গৈছিল ঘৰৰ পৰা। তাৰপিছৰে পৰা সন্ধান নাই বৰুৱাৰ। ম’বাইল ফোনো চুইটছ অফ হৈ আছে বিশিষ্ট সংগীত পৰিচালকজনৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতীয় সেনাত লেফটেনেন্ট হিচাপে নিযুক্তি যোৰহাটৰ অয়ন আবিৰ শৰ্মাৰ

যোৰহাটৰ সন্তান অয়ন আবিৰ শৰ্মাই ভাৰতীয় সেনাবাহিনীত লেফটেনেন্ট হিচাপে...

ACS বিষয়া দেৱেশ্বৰ বৰা অনিয়মৰ কাহিনী শুনিলে আপোনাৰে চকু কপালত উঠিব

প্ৰশাসনৰ শীৰ্ষ পৰ্যায়ৰ এগৰাকী বিষয়াৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতি আৰু...

বিধানসভালৈ পুনৰ আহি আছে অগ্নিকন্যা; নন্দীগ্ৰামত চলিবনে মমতা বেনাৰ্জীৰ যাদু?

পুনৰ চৰ্চাত পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জী। ২০২৬...

স্মৃতিৰ এবছৰ, ন্যায়ৰ অপেক্ষাঃ প্ৰবাসী অসমীয়াৰ ভাষ্যই ন্যায় প্ৰাপ্তিত সহায় কৰিবনে ঈশ্বৰ পুত্ৰৰ!

হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানো...