ৱৰ্ল্ড চেম্পিয়নশ্বিপ অফ লিজেণ্ডছৰ ফাইনেলত চেম্পিয়ন ভাৰত

ৱৰ্ল্ড চেম্পিয়নশ্বিপ অফ লিজেণ্ডছৰ ফাইনেলত চেম্পিয়ন ভাৰত। উত্তেজনাপূৰ্ণ খেলত পৰাস্ত পাকিস্তান। ৫ উইকেটত চেম্পিয়নৰ খিতাপ দখল ভাৰতৰ। যুৱৰাজ সিং নেতৃত্বাধীন দলে ১৯.১ অভাৰতে কৰিলে লক্ষ্য ভেদ। ১৫৭ ৰাণৰ লক্ষ্য বান্ধি দিছিল পাকিস্তান চেম্পিয়নে। আম্বাতী ৰায়ডুৰ দ্ৰুতগতিৰ অৰ্ধৰাণ সহায়ক হ’ল জয়ৰ বাবে। বিভিন্ন মাধ্যমত শুভেচ্ছা প্ৰাক্তন তথা বৰ্তমানৰ ভাৰতীয় ক্ৰিকেটাৰৰ।

Popular

More like this
Related

চীনা সামগ্ৰীৰ ওপৰত পুনৰ আমেৰিকাৰ শুল্ক বৃদ্ধি: ১২৫%ৰ পৰা ১৪৫%লৈ শুল্ক বৃদ্ধি

আমেৰিকা চৰকাৰে চীনৰ পৰা আমদানি কৰা পণ্যৰ ওপৰত শুল্কৰ...

সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমেৰিকা আৰু ভাৰতে একেলগে কাম কৰি যাব : আমেৰিকা

২০০৮ চনৰ ২৬ নৱেম্বৰত মুম্বাইত সংঘটিত ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণৰ...

২৬/১১ মুম্বাই আক্ৰমণত কথমপি ৰক্ষা পৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০০৮ চনৰ ২৬ নৱেম্বৰৰ...

পুনৰ অধিনায়ক হিচাপে আজি খেলপথাৰত নামিব মহেন্দ্ৰ সিং ধোনী

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ জনপ্ৰিয় দল চেন্নাই...