অন্তৰ্ৱৰ্তীকালীন জামিন পালেও জে’লতে থাকিব লাগিব অৰবিন্দ কেজৰিৱাল

অন্তৰ্ৱৰ্তীকালীন জামিন পালেও জে’লতে থাকিব লাগিব অৰবিন্দ কেজৰিৱাল। EDৰ গোচৰত দিল্লীৰ মুখ্যমন্ত্ৰীজনক অন্তৰ্ৱৰ্তীকালীন জামিন মঞ্জুৰ SCৰ। CBIৰ গোচৰত এতিয়াও জামিন লাভ কৰা নাই কেজৰিৱালে। ফলত EDৰ গোচৰত জামিনৰ পিছতো জে’লতে থাকিব লাগিব কেজৰিৱাল। EDৰ গোচৰত শুকুৰবাৰে জামিন লাভ কৰিছিল কেজৰিৱালে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰেম, সন্দেহ, হ/ত্যা…প্ৰেমৰ নামত আৰু কিমানে হেৰুৱাব লাগিব জীৱন?

গুৱাহাটী মহানগৰীৰ মাজমজিয়াত ৰিয়া হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নোযাওঁতেই ৰাজ্যত...

চীন-ভাৰতৰ সীমা সমস্যা হ’বনে সমাধান? BRICS ত কি কি ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ মোদী-ছি জিনপিং?

ৰাছিয়াৰ কাজানত অনুষ্ঠিত বৈঠকৰ দুবছৰৰ পাছত শনিবাৰে নতুন দিল্লীত...

কলিয়াবৰৰ বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰ; অসুৰক্ষিত অৱস্থাত চলিছে শিশুৰ পাঠদান

কলিয়াবৰৰ শালবাৰী অংগনবাড়ী কেন্দ্ৰৰ শোচনীয় অৱস্থাই এতিয়া প্ৰশ্নৰ অৱতাৰণা...

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...