ৱেষ্ট ইণ্ডিজত আৱদ্ধ ভাৰতীয় ক্ৰিকেট দল, বেৰিল হাৰিকেনে লৈছে সংহাৰী ৰূপ

  • ভাৰতত উপস্থিত হওঁতে পলম হ’ব ৰোহিত শৰ্মা বাহিনীৰ
  • ৱেষ্ট ইণ্ডিজতে আৱদ্ধ হৈ পৰিছে ভাৰতীয় ক্ৰিকেট দল
  • বতাহ-ধুমুহাৰ বাবে বন্ধ কৰি দিয়া হৈছে ৱেষ্ট ইণ্ডিজৰ বিমানবন্দৰ
  • বেৰিল হাৰিকেনে সংহাৰী ৰূপ ধাৰণ কৰিছে কেৰিবিয়ান দ্বীপপুঞ্জত
  • ভাৰতীয় দলটো থকা বাৰ্বাড’জতো হাৰিকেনৰ সংহাৰ
  • ভাৰতীয় দলটো বৰ্তমানেও আৱদ্ধ হৈ আছে হোটেল হিল্টনত
  • আজি দেশলৈ ওভতাৰ কথা আছিল ভাৰতীয় দলটো
  • বিমানবন্দৰ বন্ধ কৰি দিয়াত অনিশ্চয়তাত দলটোৰ ভাৰতলৈ আগমন
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গ্ৰাহকৰ বেশত দোকানত সোমাই চুৰুণীয়ে নিলে কাপোৰ

গ্ৰাহকৰ বেশত দোকানত সোমাই মুহূৰ্ততে লৈ গ’ল প্ৰায় ৩০...

শিল্পী পুতুল সিং টুমুঙৰ অকাল বিয়োগ

ৰাজ্যৰ সাংস্কৃতিক জগতৰ পৰা পুনৰ আহিছে এক দু:খবৰ। গীতিকাৰ,...

NEET-UGৰ প্রশ্নকাকত ফাদিলৰ মূল অভিযুক্তক গ্রেপ্তাৰ

NEET-UGৰ প্রশ্নকাকত ফাদিলৰ মূল অভিযুক্তক গ্রেপ্তাৰ। CBIয়ে গ্রেপ্তাৰ কৰিছে...

বিধ্বংসী অগ্নিকাণ্ড, জাহ গ’ল কেইবাখনো বাহন

দিল্লীত বিধ্বংসী অগ্নিকাণ্ড। জুইত জাহ গ’ল বহুকেইখন বাহন। শ্বাহতাৰা...