তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া বাছত খুন্দা ট্ৰাকৰ

শুকুৰবাৰে কৰ্ণাটকত সংঘটিত হয় এক মৰ্মান্তিক পথ দুৰ্ঘটনা। কৰ্ণাটকৰ হাভেৰী জিলাৰ পুনে-বাংগালুৰু ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা। তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া বাছত ট্ৰাকে খুন্দা মৰাৰ ফলত প্ৰাণ হেৰুৱাই ১৩ জনকৈ তীৰ্থযাত্ৰীয়ে। নিহতসকলৰ ভিতৰত ৬ আৰু ৪ বছৰীয়া শিশুও আছে। আনফালে এই দুৰ্ঘটনাত ৪জন তীৰ্থযাত্ৰী গুৰুতৰভাৱে আহত হয়। ঘটনাৰ পিছতে আহত লোকসকলক হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...