মুখ্যমন্ত্ৰীৰ চহী জালিয়াতি কৰি জালত প্ৰৱঞ্চক

মুখ্যমন্ত্ৰীৰ চহী জালিয়াতি কৰি জালত প্ৰৱঞ্চক। CM ভিজিলেঞ্চৰ হাতত গ্ৰেপ্তাৰ প্ৰৱঞ্চকটো। চহী জালিয়াতিৰে মুখ্যমন্ত্ৰীৰ ৰিলিফ ফাণ্ডৰ ধন সৰকোৱাৰ চেষ্টা। কলকতাত বাহৰ পাতি CM ভিজিলেন্সে পাতিছিল জাল। কলকাতাতেই CM ভিজিলেন্সে গ্ৰেপ্তাৰ কৰে বিহাৰৰ প্ৰৱঞ্চকটোক। শনিবাৰে অসমলৈ অনা হ’ব গ্ৰেপ্তাৰ কৰা প্ৰৱঞ্চকটোক। অসম বিহাৰ কৰ্ণাটকৰ লিংক পাইছে প্ৰৱঞ্চকটোৰ। এটা বৃহৎ চক্ৰৰে জড়িতৰ সন্দেহ এই প্ৰৱঞ্চকটোৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বৰপেটাত NIAৰ অভিযান; ৬ সন্দেহজনক জেহাদী গ্ৰেপ্তাৰ

ৰাজ্যৰ কেইবাটাও স্থানত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (NIA)-ই সন্দেহজনক জেহাদী...

গুৱাহাটী মহানগৰীৰ আৰক্ষীৰ জালত দুধৰ্ষ ডকাইত; খেদি খেদি গ্ৰেপ্তাৰ ডকাইতৰ দল

মহানগৰ আৰক্ষীৰ জালত ৩ দুধৰ্ষ ডকাইত। ছয়মাইলৰ পৰা খেদি...

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ কাৰ্যপ্ৰণালী আৰু SIRক লৈ আবেদন; অহা সপ্তাহত শুনানি ল’ব উচ্চতম ন্যায়ালয়ে

মুখ্য নিৰ্বাচন আয়ুক্ত (CEC) জ্ঞানেশ কুমাৰৰ কাৰ্যপ্ৰণালী আৰু দেশজুৰি...