তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া বাছত খুন্দা ট্ৰাকৰ

শুকুৰবাৰে কৰ্ণাটকত সংঘটিত হয় এক মৰ্মান্তিক পথ দুৰ্ঘটনা। কৰ্ণাটকৰ হাভেৰী জিলাৰ পুনে-বাংগালুৰু ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা। তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া বাছত ট্ৰাকে খুন্দা মৰাৰ ফলত প্ৰাণ হেৰুৱাই ১৩ জনকৈ তীৰ্থযাত্ৰীয়ে। নিহতসকলৰ ভিতৰত ৬ আৰু ৪ বছৰীয়া শিশুও আছে। আনফালে এই দুৰ্ঘটনাত ৪জন তীৰ্থযাত্ৰী গুৰুতৰভাৱে আহত হয়। ঘটনাৰ পিছতে আহত লোকসকলক হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

খেলি থাকোঁতেই মুখত সোমাল লোহাৰ ৰড! ৪০ মিনিটৰ জটিল অস্ত্ৰোপচাৰত প্ৰাণৰক্ষা ৫ বছৰীয়া শিশুৰ

গুজৰাটৰ পাটন জিলাৰ সামি তালুকাৰ বেদ গাঁৱত সংঘটিত হৈছে...

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, কামজঙত ২৮টা ঘৰ জ্বলাই দিয়াৰ অভিযোগ

মণিপুৰৰ কামজং জিলাত বিগত ২৪ ঘণ্টাত পৃথক পৃথক ঘটনাত...

এছিয়ান পেৰা গেমছত মোনা আগৰৱালৰ স্বৰ্ণ জয়; অৱনী লেখাৰাই লাভ কৰিলে ৰূপৰ পদক

এছিয়ান পেৰা গেমছত ভাৰতৰ পদক অভিযান আৰম্ভ হ’ল স্বৰ্ণ...