এছিয়ান গেমছত অন্তৰ্ভুক্ত হোৱাৰ পাছতে ভাৰতত জনপ্ৰিয় হৈছে ই-স্প’ৰ্টছ

এছিয়ান গেমছত অন্তৰ্ভুক্ত হোৱাৰ পাছতে ভাৰতত জনপ্ৰিয় হৈছে ই-স্প’ৰ্টছ

বিশ্বৰ লগতে ভাৰততো সম্প্ৰতি ই-স্প’ৰ্টছৰ জনপ্ৰিয়তা দ্ৰুত গতিত সম্প্ৰসাৰিত হৈছে৷ বিগত বৰ্ষত চীনত হোৱা এছিয়ান গেমছত ই-স্প’ৰ্টছৰ অন্তৰ্ভুক্তিয়ে খেলবিধক স্বীকৃতি দিয়াৰ ফলত ভাৰতৰ খেলুৱৈসকলে এখন নতুন মঞ্চ লাভ কৰাৰ লগতে দেশৰ যুৱক-যুৱতীসকলেও ৰোমাঞ্চকৰ একচন আৰু মনোৰঞ্জন প্ৰদান কৰা ই-স্প’ৰ্টছৰ প্ৰতি আকৰ্ষিত হৈছে৷ ভাৰতীয় যুৱ সমাজক ই-স্প’ৰ্টছৰ জড়িয়তে বিশ্বজয়ৰ সপোন পূৰ্ণ কৰাৰ লক্ষ্যৰে সুযোগ দিবলৈ আগবাঢ়িছে কোহিনুৰ ৯৯৯ এ যত, খেলুৱৈসকলে এশটাতকৈ অধিক ইভেণ্ট খেলা তথা অনুশীলন কৰাৰ সবিধা পাব৷ প্লেটফৰ্মত ২৪ ঘণ্টাই উপলব্ধ থকা কোহিনুৰ ৯৯৯ এ মসৃণ আৰু চাপমুক্ত গেমিং অভিজ্ঞতা প্ৰদান কৰাৰ বাবে নতুন খেলুৱৈসকল উপকৃত হ’ব৷ কোহিনুৰ ৯৯৯ ৰ চিইঅ’ তথা ই-স্পৰ্টছৰ অভিজ্ঞ সমল ব্যক্তি এণ্ডি মৰ্গানে কয় ‘কোহিনুৰ ৯৯৯ অতুলনীয় ই-গেমিং অভিজ্ঞতা প্ৰদানৰ বাবে উৎসৰ্গিত৷ মূলতঃ বিস্তৃত গেম নিৰ্বাচন, অত্যাধুনিক সুৰক্ষা ব্যৱস্থা আৰু ব্যতিক্ৰমী সেৱাৰ দিশত নৱাগত খেলুৱৈৰ পক্ষত থিয় দিছে৷ বিশ্বত ই-স্প’ৰ্টছৰ উত্থান তথা ভাৰতত ইয়াৰ জনপ্ৰিয়তা বৃদ্ধিৰ ফলত আন যিকোনো পৰম্পৰাগত প্ৰতিযোগিতাতকৈ এই খেলবিধে দ্ৰুত খ্যাতি লাভ কৰিছে৷

যোৱা কেইবছৰমানৰ পৰা ই-স্প’ৰ্টছ খণ্ডটোৱে আচৰিত হাৰত সম্প্ৰসাৰণ কৰিছে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...