লিমকা বুক অফ ৰেৰ্কডছত নাম সন্নিৱিষ্ট হ’ল ভাৰতীয় ৰে’লৱেৰ

লিমকা বুক অফ ৰেৰ্কডছত নাম সন্নিৱিষ্টি হ’ল ভাৰতীয় ৰে’লৱেৰ। ২০০০ৰো অধিত স্থানত অনুষ্ঠিত কৰা জনসেৱা অনুষ্ঠানত ৪০ লাখ ১৯ হাজাৰৰো অধিক লোকৰ সমাগমেৰে ভাৰতীয় ৰে’লৱেই এই অভিলেখ গঢ়িবলৈ সমৰ্থ হয়। চলিত বৰ্ষৰ যোৱা ২৬ ফেব্ৰুৱাৰীত ৰে’ল মন্ত্ৰ্যালয়ে ৰে’ল দলঙৰ ওপৰত পথৰ উদ্বোধন আৰু ৰে’ল ষ্টেচনৰ আধাৰশিলা স্থাপনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত এই জনসেৱা অনুষ্ঠানৰ আয়োজন কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অসমলৈ আহিব ক’কৰোছ জনতা পাৰ্টি (CJP)ৰ কেন্দ্ৰীয় নেতৃত্ব; অসমত অনুষ্ঠিত হ’ব দলটোৰ প্ৰথমখন স্বেচ্ছাসেৱক মীট

অসমত সাংগঠনিক ভেটি শক্তিশালী কৰাৰ লক্ষ্যৰে অসমলৈ আহিব ক’কৰোছ...

প্ৰায় এবছৰ ধৰি ঘৰত বন্দী বোৱাৰী; স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ

অসমত পুনৰ পোহৰলৈ আহিছে বোৱাৰী নিৰ্যাতনৰ এক গুৰুতৰ অভিযোগ।...

ভাৰতৰ ছেমিকণ্ডাক্টৰ উদ্যোগলৈ ভাবুকি; চাইবাৰ আক্ৰমণৰ পৰা সতৰ্ক হোৱাৰ আহ্বান কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ছেমিকণ্ডাক্টৰ উদ্যোগক চাইবাৰ...

আজি বিশ্ব গঁড় দিৱস; ভাৰতৰ ক’ত, কিমান এশিঙীয়া গঁড় আছে?

আজি বিশ্ব গঁড় দিৱস। প্ৰতি বছৰে ২২ ছেপ্টেম্বৰত বিশ্বৰ...