৩য় পৰ্যায়ত ৪ সমষ্টিত ৮৫.৪৫ শতাংশ ভোটাৰে দিলে ভোট

তৃতীয় পৰ্যায়ত অভিলেখ সংখ্যক ভোটদান সাব্যস্ত।
৪ সমষ্টিত ৮৫.৪৫ শতাংশ ভোটদান।
ধুবুৰীত সৰ্বাধিক ৯২.০৮ শতাংশ ভোটদান।
বৰপেটাত ভোটদানৰ হাৰ ৮৫.২৪ শতাংশ।
গুৱাহাটীত সৰ্বনিম্ন ৭৮.৩৯ শতাংশ ভোটদান।
কোকৰাঝাৰত ৮৩.৫৫ শতাংশ ভোটদান।
অসমত তিনিওটা পৰ্যায়ত ভোটদানৰ মুঠ হাৰ ৮১.৫৬%

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰায় এবছৰ ধৰি ঘৰত বন্দী বোৱাৰী; স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ

অসমত পুনৰ পোহৰলৈ আহিছে বোৱাৰী নিৰ্যাতনৰ এক গুৰুতৰ অভিযোগ।...

ভাৰতৰ ছেমিকণ্ডাক্টৰ উদ্যোগলৈ ভাবুকি; চাইবাৰ আক্ৰমণৰ পৰা সতৰ্ক হোৱাৰ আহ্বান কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ছেমিকণ্ডাক্টৰ উদ্যোগক চাইবাৰ...

আজি বিশ্ব গঁড় দিৱস; ভাৰতৰ ক’ত, কিমান এশিঙীয়া গঁড় আছে?

আজি বিশ্ব গঁড় দিৱস। প্ৰতি বছৰে ২২ ছেপ্টেম্বৰত বিশ্বৰ...

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...