সাংসদ নৱ শৰণীয়াৰ মনোনয়ন বাতিল

কোকৰাঝাৰৰ সংসদীয় ৰাজনীতি অপ্ৰাসংগিক হৈ পৰিল নৱ শৰণীয়া। ’২৪ৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব শৰণীয়াই। সাংসদ নৱ শৰণীয়াৰ মনোনয়ন বাতিল। জাতিগত প্ৰমাণ পত্ৰ বিসংগতিৰ বাবে বাতিল মনোনয়ন। শপতনামাত নিজকে ৰাভা জনগোষ্ঠীৰ বুলি উল্লেখ কৰিছিল শৰণীয়াই। পূৰ্বে উচ্চ ন্যায়ালয়ে শৰণীয়াক বড়ো কছাৰী নহয় বুলি দিছিল ৰায়। পূৰ্বে উচ্চ ন্যায়ালয়ে শৰণীয়াক বড়ো কছাৰী নহয় বুলি দিছিল ৰায়। ন্যায়ালয়ৰ ৰায়ৰ পিছতে মনোনয়নত ৰাভা জনগোষ্ঠীৰ প্ৰমাণ পত্ৰ দিছিল । নলবাৰীৰ আয়ুক্ত কাৰ্যালয়ৰ অনুসন্ধানত সেই প্ৰমাণ পত্ৰও ভুৱা বুলি প্ৰমাণিত হৈছিল। নিৰ্বাচন আয়োগে প্ৰমাণ পত্ৰৰ বৈধতা প্ৰমাণৰ বাবে দিছিল ২৪ ঘণ্টাৰ সময়। দেওবাৰে নিৰ্ধাৰণ কৰা হৈছিল জাতি প্ৰমাণ পত্ৰৰ পুনৰীক্ষণৰ দিন। নিজকে ৰাভা জনগোষ্ঠীৰ বুলিও প্ৰমাণ কৰিব নোৱাৰিলে শৰণীয়া

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...