আজি প্ৰকাশ পাব মেট্ৰিকৰ ফলাফল

আজি প্ৰকাশ পাব মেট্ৰিকৰ ফলাফল। দিনৰ ১০.৩০ বজাত ঘোষণা হ’ব ফলাফল । ছেবাই আনুষ্ঠানিকভাৱে জনালে এই কথা। ছেবাৰ ১০টাকৈ ৱেবছাইটত উপলব্ধ হ’ব ফলাফল। ৱেবছাইটতে শিক্ষাৰ্থীৰ বাবে উপলব্ধ হ’ব মাৰ্কশ্বীট। মোবাইল এপযোগেও চাব পাৰিব ফলাফল । ৪ লাখ ২২ হাজাৰ ১৭৪ গৰাকী পৰিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল পৰীক্ষাত। এইকেইটা ৱেবছাইটত উপলব্ধ হ’ব ফলাফল
sebaonline.org
resultassam.nic.in
www.indiaresults.com
www.results.shiksha
www.assam.shiksha
exametc.com
www.schools9.com
assamresult.in
www.jagranjosh.com
www.vidyavison.com
এইবাৰৰ মেট্ৰিকত নাথাকে কোনো শীৰ্ষ স্থান

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্গাপূজাৰ সপ্তমীত অতিৰিক্ত বন্ধ ঘোষণা; ১৭ অক্টোবৰত বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়

দুৰ্গাপূজাৰ মহাসপ্তমী উপলক্ষে অসম চৰকাৰে ২০২৬ চনৰ ১৭ অক্টোবৰ,...