চৰকাৰী বন্ধৰ তালিকাত নাই ৰঙালী বিহুৰ বন্ধ

অসমৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে দুঃখবৰ।এইবাৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ নাই বিহুৰ বন্ধ।
চৰকাৰী বন্ধৰ তালিকাত নাই ৰঙালী বিহুৰ বন্ধ। ৰঙালী বিহুতো কৰ্ম সম্পাদন কৰিব লাগিব অসমীয়া কৰ্মচাৰীয়ে। চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ বিভিন্ন শ্ৰমিক-কৰ্মচাৰী সংগঠন

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...

বানপানীৰ সময়ত আৰু ইয়াৰ পৰৱৰ্তী সময়ছোৱাত জনসাধাৰণে কি কি কৰা উচিত?

উজনি অসমৰ বৰ্তমানৰ ভয়াৱহ বান পৰিস্থিতি সঁচাকৈয়ে অত্যন্ত উদ্বেগজনক।...