ভয়ংকৰ দুৰ্ঘটনাত নিহত ৮জনকৈ লোক

পুনৰ সংঘটিত হৈছে এক ভয়াৱহ পথ দুৰ্ঘটনা। উত্তৰাখণ্ডৰ নাইনিতালত দুৰ্ঘটনাত নিহত হয় ৮জনকৈ লোক। নিহত লোকসকল জলজীৱন মিছন প্ৰকল্পৰ কৰ্মচাৰী আছিল। কাম শেষ কৰি এখন বাহনেৰে ঘৰলৈ উভতিছিল লোকসকল। নাইনিতালৰ বেতালঘাটত দ খাৱৈত বাগৰি পৰে বাহনখন। সোমবাৰে নিশা প্ৰায় ১০.৩০ বজাত সংঘটিত দুৰ্ঘটনাটো। শোকাৱহ দুৰ্ঘটনাটোত চালক ৰাজেন্দ্ৰ কুমাৰৰ মৃত্যু। নিহতসকলৰ ৭জনেই নেপালৰ নাগৰিক আছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ম্যানমাৰত নগা উগ্ৰপন্থীৰ শিবিৰত ভয়ংকৰ আক্ৰমণ, নিহত ৩৬ উগ্ৰপন্থী

ম্যানমাৰ সেনাই নগা উগ্ৰপন্থীৰ বিৰুদ্ধে চলোৱা এক ভয়ংকৰ সামৰিক...

সন্মুখত দুই লাখ নিযুক্তিৰ লক্ষ্য, HBS 2.0ৰ প্ৰথম নিযুক্তি সমাৰোহত ৪৩৯গৰাকীক নিযুক্তি পত্ৰ প্ৰদান মুখ্যমন্ত্ৰীৰ

ৰাজ্যত চৰকাৰী নিযুক্তিৰ ধাৰা অব্যাহত ৰাখি মুখ্যমন্ত্ৰী ড° হিমন্ত...