চৰকাৰী বন্ধৰ তালিকাত নাই ৰঙালী বিহুৰ বন্ধ

অসমৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে দুঃখবৰ।এইবাৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ নাই বিহুৰ বন্ধ।
চৰকাৰী বন্ধৰ তালিকাত নাই ৰঙালী বিহুৰ বন্ধ। ৰঙালী বিহুতো কৰ্ম সম্পাদন কৰিব লাগিব অসমীয়া কৰ্মচাৰীয়ে। চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ বিভিন্ন শ্ৰমিক-কৰ্মচাৰী সংগঠন

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো ভিছা আবেদন কেন্দ্ৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ

এতিয়াৰে পৰা গুৱাহাটীৰ পৰাই কেইবাখনো দেশৰ ভিছাৰ বাবে কৰিব...

মুখ্যমন্ত্ৰীৰ ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ প্ৰথম কিস্তিৰ ধন বিতৰণ

অসমৰ ৫.৪২ লাখ শিক্ষাৰ্থীলৈ প্ৰথম কিস্তিৰ চেক বিতৰণৰ শুভাৰম্ভ...

গুৱাহাটীত প্ৰায় ৮ কোটি টকাৰ ড্ৰাগছ জব্দ; গ্ৰেপ্তাৰ দম্পতী

মহানগৰীৰ দিছপুৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা এক বৃহৎ অভিযানত...