সূৰ্যগ্ৰহণৰ সময়ত ভুলতো নকৰিব এইকেইটা কাম

আজি এক বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ’ব বিশ্ববাসী। ৫৪ বছৰৰ পাছত বিৰল সূৰ্যগ্ৰহণৰ সাক্ষী হ’ব পৃথিৱীবাসী। আজি বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ। নিশা ৯:১২ বজাত আৰম্ভ হ’ব আৰু নিশা ২:২২ বজাত অন্ত পৰিব সূৰ্যগ্ৰহণ। বিৰল সূৰ্যগ্ৰহণৰ পূৰ্বে NASAতৰফৰ পৰা জাৰি কৰা হৈছে সতৰ্কবাণী। বিশেষকৈ ম’বাইল ব্যৱহাৰকাৰীসকলৰ বাবে দিছে সতৰ্কবাণী। পিছে কি এই সতৰ্কবাণী? সবিশেষ পঢ়ক এই প্ৰতিবেদনত।

সূৰ্যগ্ৰহণৰ সময়ত ভুলতো নকৰিব এই কাম

সূৰ্যগ্ৰহণৰ দৃশ্য ম’বাইলত আবদ্ধ কৰিবলৈ চেষ্টা নকৰিব। এনে কৰিলে ক্ষতি হ’ব পাৰে ম’বাইলৰ। ৭ মিনিটৰ বাবে ইণ্টাৰনেট সেৱাত প্ৰভাৱ পৰিব সূৰ্যগ্ৰহণৰ। অৱশ্যে ভাৰতত দৃশ্যমান নহ’ব এই সূৰ্যগ্ৰহণ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...