নিৰ্বাচন আয়োগৰ ফ্লায়িং স্কোৱাডে জব্দ কৰে ৪ কোটি টকা

নিৰ্বাচনৰ পূৰ্বে তামিলনাডুত বৃহৎ পৰিমাণৰ ধন জব্দ। নিৰ্বাচন আয়োগৰ ফ্লায়িং স্কোৱাডে জব্দ কৰে ৪ কোটি টকা। তাম্বাৰাম ৰে’ল ষ্টেচনত নিশা জব্দ কৰা হয় ধনখিনি। চেন্নাইৰ পৰা তিৰুনেলভেলীলৈ ৰে’লেৰে নি থকা অৱস্থাত জব্দ ধনখিনি। নেল্লাই এক্সপ্ৰেছৰ এটা এচি কম্পাৰ্টমেণ্টত অনা হৈছিল ধনখিনি। ঘটনা সন্দৰ্ভত ৩জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ধনখিনি তিৰুনেলভেলী সমষ্টিৰ বিজেপি প্ৰাৰ্থী নাইনাৰ নগেন্দ্ৰনৰ বুলি সন্দেহ। ধৃত তিনিওজন লোকেই কাম কৰি আহিছিল বিজেপি প্ৰাৰ্থীজনৰ হকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...