সূৰ্যগ্ৰহণৰ সময়ত ভুলতো নকৰিব এইকেইটা কাম

আজি এক বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ’ব বিশ্ববাসী। ৫৪ বছৰৰ পাছত বিৰল সূৰ্যগ্ৰহণৰ সাক্ষী হ’ব পৃথিৱীবাসী। আজি বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ। নিশা ৯:১২ বজাত আৰম্ভ হ’ব আৰু নিশা ২:২২ বজাত অন্ত পৰিব সূৰ্যগ্ৰহণ। বিৰল সূৰ্যগ্ৰহণৰ পূৰ্বে NASAতৰফৰ পৰা জাৰি কৰা হৈছে সতৰ্কবাণী। বিশেষকৈ ম’বাইল ব্যৱহাৰকাৰীসকলৰ বাবে দিছে সতৰ্কবাণী। পিছে কি এই সতৰ্কবাণী? সবিশেষ পঢ়ক এই প্ৰতিবেদনত।

সূৰ্যগ্ৰহণৰ সময়ত ভুলতো নকৰিব এই কাম

সূৰ্যগ্ৰহণৰ দৃশ্য ম’বাইলত আবদ্ধ কৰিবলৈ চেষ্টা নকৰিব। এনে কৰিলে ক্ষতি হ’ব পাৰে ম’বাইলৰ। ৭ মিনিটৰ বাবে ইণ্টাৰনেট সেৱাত প্ৰভাৱ পৰিব সূৰ্যগ্ৰহণৰ। অৱশ্যে ভাৰতত দৃশ্যমান নহ’ব এই সূৰ্যগ্ৰহণ।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

আপুনি NOKIAৰ মোবাইল ফোন ব্যৱহাৰ কৰিছিল নে? NOKIA ব্যৱহাৰকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ

আপুনি ন’কিয়াৰ ফোন ব্যৱহাৰ কৰিছিল নে? যিসকলে ন’কিয়াৰ মোবাইল...

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...