পুনৰ সক্ৰিয় হ’ল ফেচবুক, ইনষ্টাগ্ৰাম

সকলোৰে যেন উশাহ-নিশাহ বন্ধ হৈ পৰিছিল। সমগ্ৰ বিশ্বতে স্তব্ধ হৈ পৰিছিল ফেচবুক, ইনষ্টাগ্ৰাম। লগে লগে হাহাকাৰ লাগিল ব্যৱহাৰকাৰীৰ মাজত। যাৰ ফলত একপ্ৰকাৰ ব্যৱহাৰকাৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। বাৰে বাৰে চেষ্টা কৰাৰ পিছতো লগইন হোৱা নাছিল ব্যৱহাৰকাৰীৰ একাউণ্ট। অৱশেষত প্ৰায় এক ঘণ্টাৰ পাছত পুনৰ সক্ৰিয় হ’ল ফেচবুক, ইনষ্টাগ্ৰাম। অৱশ্যে এয়া কাৰিকৰী বিসংগতিৰ ফলত হোৱা বুলি অৱগত কৰিছে fb কৰ্তৃপক্ষই। যি কি নহওক ফেচবুক, ইনষ্টাগ্ৰাম স্তব্ধ হোৱাৰ এই খবৰে হাহাকাৰ লগালে সকলোৰে মাজত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কাব্যৰ পৃথিৱীত সুকীয়া সুৰ! আজি কাব্যঋষি নীলমণি ফুকনৰ জন্মদিন

'এতিয়া আৰু কোনো শব্দ নাইমাথোঁ নিৰৱতা...' নিৰৱতাৰ মাজতো যিগৰাকী কবিৰ...

জীৱনেই হওক প্ৰথম পছন্দ! আজি বিশ্ব আ/ত্ম/হ/ত্যা প্ৰতিৰোধ দিৱস

প্ৰতি বছৰে ১০ ছেপ্টেম্বৰত বিশ্ব আ/ত্ম//হ/ত্যা প্ৰতিৰোধ দিৱস পালন...

Appleৰ নতুন চমক! মুকলি iPhone 18 Pro আৰু Pro Max

বিশ্বৰ আগশাৰীৰ প্ৰযুক্তি প্ৰতিষ্ঠান Apple-এ ৯ ছেপ্টেম্বৰত মুকলি কৰিলে...

সামাজিক মাধ্যমত এতিয়া ’80s vibeৰ ধুমুহা

সামাজিক মাধ্যমত এতিয়া ’80s vibeৰ ধুমুহা। ট্ৰেণ্ডৰ দৌৰত ৰাজনৈতিক...