হাস্পতালৰ বিচনাত ভাৰতীয় দ্ৰুত বলাৰ মহম্মদ ছামী

হাস্পতালৰ বিচনাত ভাৰতীয় দ্ৰুত বলাৰ মহম্মদ ছামী। কেইদিনমান পূৰ্বে ছামীয়ে ভৰিৰ গোৰোহাত আঘাত পাইছিল। সোমবাৰে তেওঁৰ একিলিছ টেণ্ডন মেৰামতিৰ বাবে (Achilles Tendon) গোৰোহাৰ সফল অস্ত্ৰোপচাৰ কৰা হয়।

সোমবাৰে সন্ধিয়া ছামীয়ে সামাজিক মাধ্যমত কেইখনমান ফটো শ্বেয়াৰ কৰি এই কথা জনাই ছামীয়ে।

হাস্পতালৰ বিচনাৰ পৰাই নিজৰ অপাৰেচনৰ আপডেট দি ছামীয়ে ছ’চিয়েল মিডিয়া পোষ্টত লিখিছে, “এতিয়া মোৰ একিলিছ টেণ্ডনৰ গোৰোহাৰ সফল অস্ত্ৰোপচাৰ কৰা হ’ল। আৰোগ্য হ’বলৈ কিছু সময় লাগিব যদিও মই পুনৰ নিজৰ ভৰিৰ ওপৰত থিয় হ’বলৈ অপেক্ষা কৰি আছো।’’ কিন্তু তেওঁ পুনৰ সম্পূৰ্ণ ফিটনেছ লাভ কৰি ক্ৰিকেট খেলপথাৰলৈ ঘূৰি আহিবলৈ কিছু সময় লাগিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সামাজিক মাধ্যমত এতিয়া ’80s vibeৰ ধুমুহা

সামাজিক মাধ্যমত এতিয়া ’80s vibeৰ ধুমুহা। ট্ৰেণ্ডৰ দৌৰত ৰাজনৈতিক...

মানৱ মলৰ পৰা ‘পুপক্ৰিট’! বহনক্ষম কংক্ৰিট নিৰ্মাণত ভাৰতীয় গৱেষকৰ অভিনৱ সাফল্য

কংক্ৰিটক আধুনিক সভ্যতাৰ অন্যতম মূল ভেটি বুলি ক’লেও ভুল...

মানৱতাক লজ্জানত কৰা কাণ্ড! পৰুৱাৰ মাজত উদ্ধাৰ নৱজাতক

বকলীয়াঘাটত সংঘটিত হৈছে এক অমানৱীয় আৰু হৃদয়বিদাৰক ঘটনা। বকলীয়াঘাটৰ...