৯ মাৰ্চত অসমলৈ আহিব প্রধানমন্ত্ৰী নৰেন্দ্র মোদী

৯ মাৰ্চত পুনৰ অসমলৈ আহিব প্রধানমন্ত্ৰী নৰেন্দ্র মোদী। যোৰহাটত লাচিতৰ প্রতিমূৰ্তি উদ্বোধন কৰিব প্রধানমন্ত্ৰীয়ে। যোৰহাটত বিশাল জনসমাৱেশ সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। সমাৱেশত সমৱেত হ’ব উজনি অসমৰ বিভিন্ন প্ৰান্তৰ ‘লাখপতি বাইদেউ’। প্রধানমন্ত্ৰীৰ আগমনৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা মুখ্যমন্ত্ৰীৰ। নিৰ্বাচনৰ প্ৰাকমূহূৰ্তত অসমত আন কেইবাটাও চৰকাৰী কাৰ্যসূচী মোদীৰ। PM আবাস যোজনাৰ নৱ নিৰ্মিত ঘৰৰ আনুষ্ঠানিক গৃহপ্ৰৱেশ কৰিব মুকলি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

“মাছৰ টেঙা…বহুত সুস্বাদু”: অসমৰ খাদ্যৰ প্ৰশংসাত সুনীল গাভাস্কাৰ গাভাস্কাৰ

অসমলৈ আহিলে কি খাব লাগে? এই প্ৰশ্নৰ উত্তৰত কোনো...

BRICS সন্মিলনত অংশ ল’বলৈ ভাৰতলৈ আহিব চীনা ৰাষ্ট্ৰপতি শ্বী জিনপিঙ

চীনা ৰাষ্ট্ৰপতি সকলো জল্পনা-কল্পনাৰ অন্তঃ BRICS সন্মিলনত অংশ ল’বলৈ...

৮০ৰ দশকৰ AI ফটো ট্ৰেণ্ড: এখন ফটোৰ আঁৰত খৰচ কিমান?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ নষ্টালজিয়া। AI-এ বৰ্তমানৰ ফটোলৈ আনিছে...