কলিয়াবৰৰ ৰৌমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত ৫জনকৈ লোক

কলিয়াবৰৰ ৰৌমাৰীত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুখন চাৰিচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষ। এই দুৰ্ঘটনাত আহত হয় মহিলাসহ ৫জনকৈ আৰোহী। আহত লোককেইজনক মিছা আৰক্ষীয়ে উদ্ধাৰ কৰি ততাতৈয়াকৈ কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। দুৰ্ঘটনাগ্ৰস্ত বাহনকেইখনৰ এখন বাহন তেজপুৰৰ পৰা গুৱাহাটী অভিমুখী আছিল, আনখন বাহন নগাঁৱৰ পৰা তেজপুৰ অভিমুখী আছিল। দুৰ্ঘটনাগ্ৰস্ত বাহনকেইখনৰ নম্বৰ হৈছে AS12 W 9244 আৰু
AS01 FB 7105।

NKTV Digital
Author: NKTV Digital

292 COMMENTS

Popular

More like this
Related

নেপালৰ গৃহমন্ত্ৰী সুদান গুৰুঙে কিয় পদত্যাগ কৰিলে?

নেপালৰ গৃহমন্ত্ৰী সুদান গুৰুঙে বুধবাৰে পদত্যাগ কৰিছে। তেওঁৰ পদত্যাগৰ...

আজিৰে পৰা ভক্তৰ বাবে মুকলি কৰা হ’ল কেদাৰনাথ ধামৰ দুৱাৰ

আজিৰে পৰা ভক্তৰ বাবে মুকলি কৰা হ'ল কেদাৰনাথ ধামৰ...

সাৱধান! গুৱাহাটীত ওলাইছে মেখেলা পিন্ধা চোৰ

বিহুৰ বতৰত ঘৰ এৰি যোৱাৰ পূৰ্বে এশবাৰ ভাবক। গুৱাহাটীত...

বিবাহযাত্ৰীৰ বাছ দুৰ্ঘটনাগ্ৰস্ত, নিহত ৬

শোকাৱহ পথ দুৰ্ঘটনাই জোকাৰিছে উত্তৰ প্ৰদেশৰ হাপুৰ। বিবাহযাত্ৰীৰ বাছ...