সুদত টকা লৈছিল নেকি আপুনি? এতিয়াৰে পৰা ঘূৰাই দিব নালাগে সুদত লোৱা টকা!

আপুনিও বাৰু সুদত টকা লৈছিল নেকি? যদি লৈছিল তেন্তে আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ এই খবৰ। মুখ্যমন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ ঘোষণা কৰিছে। এতিয়াৰে পৰা ঘূৰাই দিব নালাগে সুদত লোৱা টকা। এইক্ষেত্ৰত অচিৰেই চৰকাৰে আনিব কঠোৰ আইন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

“মাছৰ টেঙা…বহুত সুস্বাদু”: অসমৰ খাদ্যৰ প্ৰশংসাত সুনীল গাভাস্কাৰ গাভাস্কাৰ

অসমলৈ আহিলে কি খাব লাগে? এই প্ৰশ্নৰ উত্তৰত কোনো...

BRICS সন্মিলনত অংশ ল’বলৈ ভাৰতলৈ আহিব চীনা ৰাষ্ট্ৰপতি শ্বী জিনপিঙ

চীনা ৰাষ্ট্ৰপতি সকলো জল্পনা-কল্পনাৰ অন্তঃ BRICS সন্মিলনত অংশ ল’বলৈ...

৮০ৰ দশকৰ AI ফটো ট্ৰেণ্ড: এখন ফটোৰ আঁৰত খৰচ কিমান?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ নষ্টালজিয়া। AI-এ বৰ্তমানৰ ফটোলৈ আনিছে...