চাকৰিৰ পৰা নিলম্বন হ’ল ACTAৰ সভাপতি ড০ জয়ন্ত বৰুৱা

চাকৰিৰ পৰা নিলম্বন হ’ল ACTAৰ সভাপতি ড০ জয়ন্ত বৰুৱা। অসম কলেজ শিক্ষক সংস্থাৰ সভাপতি ড০ জয়ন্ত বৰুৱা। নিলম্বন কৰে উচ্চ শিক্ষা সঞ্চালকালয়ৰ সঞ্চালক পমী বৰুৱাই। অকতৃত্বশীলভাৱে টিউটৰ নিয়োগৰ পৰিনাম। ড০ বৰুৱা জামুগুৰিহাটৰ ত্যাগবীৰ হেম বৰুৱা কলেজৰ অধ্যাপক। ACTAৰ GS হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়তে নিয়োগ কৰিছিল টিউটৰ। RTIৰ আবেদনত এই তথ্য পোহৰলৈ অহাৰ পাছতে ড০ বৰুৱাক নিলম্বন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...