অপৰাধীৰ বিৰুদ্ধে পুনৰ গৰজি উঠিল আৰক্ষীৰ বন্দুক

অপৰাধীৰ বিৰুদ্ধে পুনৰ গৰজি উঠিল আৰক্ষীৰ বন্দুক। এইবাৰ যোৰহাটৰ বৰহুজত পুলিবৰ আৰক্ষীৰ গুলীচালনা। দুধৰ্ষ ডকাইত পৰশুৰাম দাসলৈ লক্ষ্য কৰি আৰক্ষীয়ে কৰিলে গুলীচালনা। আৰক্ষীক আক্ৰমণ কৰি পলায়ন কৰিছিল ডকাইত পৰশুৰাম দাসে। তেতিয়াই ডকাইতটোলৈ লক্ষ্য কৰি গুলীচালনা কৰে আৰক্ষীয়ে।
আনফালে পৰশুৰামৰ আক্ৰমণত আহত হয় এজন আৰক্ষী। পৰৱৰ্তী সময়ত কুখ্যাত ডকাইত পৰশুৰামক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...