কালিকা লাগিছে নেকি ৰে’ল বিভাগত?

বুধবাৰে উত্তৰ প্ৰদেশৰ ইটাৱাৰ সমীপত নতুন দিল্লী-দৰভাঙ্গা চুপাৰফাষ্ট এক্সপ্ৰেছত সংঘটিত হয় এক অগ্নিকাণ্ডৰ ঘটনা, যাৰ ফলত ৰে’লখনৰ তিনিটা ডবা প্ৰভাৱিত হয়। জানিব পৰা মতে, অগ্নিকাণ্ডৰ ফলত কেইবাজনো লোক সামান্যভাৱে আঘাতপ্ৰাপ্ত হয়।

ৰে’লৱে বিষয়াসকলৰ মতে, যেতিয়া ৰেলখন চৰাই ভূপত ষ্টেচনৰ মাজেৰে গৈ আছিল, ষ্টেচন মাষ্টাৰে স্লিপাৰ কোচত ধোঁৱা দেখিছিল।
ষ্টেচন মাষ্টাৰে তেতিয়া ৰেল চালক আৰু গাৰ্ডক ধোঁৱাৰ বিষয়ে অৱগত কৰি ৰেলখন ৰখাইছিল। পৰৱৰ্তী সময়ত, যাত্ৰীসকলক স্লিপাৰ কোচৰ পৰা বাহিৰলৈ লৈ যোৱা হয়। যাত্ৰীসকলে জুই লগাৰ পাছতে ৰে’লখনৰ পৰা জঁপিয়াই দিয়ে।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

শ্ৰী শ্ৰী ৰবি শংকৰ বিদ্যা মন্দিৰ ন্যাসৰ বৰ্ষশ্ৰেষ্ঠ বঁটা ঘোষণা

বেংগালুৰুত অৱস্থিত আট অৱ লিভিংঙৰ অন্তৰ্গত শ্ৰী শ্ৰী ৰবি...

প্ৰথমে ভ্ৰমণ, তাৰ পিছত যুদ্ধ… গণৰাজ্য দিৱসৰ মুখ্য অতিথি হোৱা পাকিস্তানী নেতা দুজন কোন আছিল?

ভাৰতত গণৰাজ্য দিৱস উদযাপন কৰিবলৈ বিদেশী অতিথিক নিমন্ত্ৰণ কৰাৰ...