দেশৰ প্ৰসিদ্ধ উদ্যোগপতি মুকেশ আম্বানীক মৃত্যুৰ ভাবুকি

  • দেশৰ প্ৰসিদ্ধ উদ্যোগপতি মুকেশ আম্বানীক মৃত্যুৰ ভাবুকি
  • ২০ কোটি টকা নিদিলে হত্যা কৰিব উদ্যোগপতিজনক
  • ই-মেইলযোগে এই ভাবুকি উদ্যোগপতি মুকেশ আম্বানীক
  • নিজকে দেশৰ দুৰ্ধৰ্ষ শ্বুটাৰ আখ্যা অচিনাক্ত ব্যক্তিৰ
  • অচিনাক্ত ব্যক্তিৰ ভাবুকি সন্দৰ্ভত মুম্বাই আৰক্ষীত গোচৰ ৰুজু
  • মুকেশ আম্বানীৰ নিৰাপত্তা বিষয়াই ৰুজু কৰিলে গোচৰ
  • ভাৰতীয় দণ্ডবিধিৰ 387/506(2) ধাৰাত গোচৰ ৰুজু
  • ঘটনা সন্দৰ্ভত তদন্ত মুম্বাই আৰক্ষীৰ
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...

তামাৰহাটৰ গুমা ফেৰিঘাটত যাত্ৰীবাহী নাও দুৰ্ঘটনাগ্ৰস্ত; নদীৰ মাজত আবদ্ধ শতাধিক যাত্ৰী

তামাৰহাটৰ গুমা ফেৰিঘাটত গংগাধৰ নদীত সংঘটিত হৈছে এক ভয়ংকৰ...

এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো পদক; পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল দলীয় ইভেণ্টত ভাৰতৰ ৰূপৰ পদক

আইচি-নাগোয়া এছিয়ান গেমছত পদক অভিযান অব্যাহত ৰাখিছে ভাৰতে। পুৰুষৰ...