মধুৰী আমৰ আছে এইসমূহ উপকাৰিতা

মধুৰী আম হৈছে এবিধ পুষ্টিকৰ ফল। মধুৰীৰ ফলৰ লগতে পাতবোৰ উপকাৰিতাৰে সমৃদ্ধ। মধুৰীক ইংৰাজীত ‘Guava’ বুলি কোৱা হয়। মধুৰী পুষ্টিৰে ভৰপুৰ, ইয়াত অধিক ভিটামিন C, পটাছিয়াম আদি থাকে।

এই মধুৰী আমৰ আছে বহু উপকাৰিতা। কিন্তু আপুনি বাৰু জানেনে কি কি উপকাৰিতা আছে এই মধুৰী আমত। যদি নাজানে জানিবলৈ পঢ়ক এই প্ৰতিবদেন।

মধুৰী আমৰ উপকাৰিতা

১. মধুৰী আমক Ascorbic Acid অৰ্থাৎ Vitamin C ৰ সমৃদ্ধ উৎস বুলি গণ্য কৰা হয়, যিয়ে ২. ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু বহুতো ভাইৰাছজনিত ৰোগৰ পৰা আপোনাক ৰক্ষা কৰে।
২. মধুৰী আমৰ ব্যৱহাৰে চকুৰ ৰশ্মি বৃদ্ধি কৰাত সহায় কৰে
. মধুৰী আমৰ জৰিয়তে ওজন বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পাৰি কাৰণ ইয়াত কম কেলৰি আৰু অধিক আঁহ থাকে।
৪. মধুৰীআমৰ লগতে মধুৰী গছৰ পাতৰো বিভিন্ন ঔষধি গুন আছে
. বদহজমৰ লগতে পেটৰ বিভিন্ন সমস্যাৰ বাবে ডালিমৰ পাত অতিকৈ উপকাৰী
৬. দাঁতৰ ক্ষেত্ৰতো মধুৰিৰ লাভালাভ দেখা যায়। মধুৰী পাত ৰস সেৱন কৰিলে দাঁতৰ বিষ নিয়ন্ত্ৰণ কৰাত সহায় হয়।

বি:দ্ৰ : এই প্ৰতিবেদন সাধাৰণ তথ্যৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰায় এবছৰ ধৰি ঘৰত বন্দী বোৱাৰী; স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ

অসমত পুনৰ পোহৰলৈ আহিছে বোৱাৰী নিৰ্যাতনৰ এক গুৰুতৰ অভিযোগ।...

ভাৰতৰ ছেমিকণ্ডাক্টৰ উদ্যোগলৈ ভাবুকি; চাইবাৰ আক্ৰমণৰ পৰা সতৰ্ক হোৱাৰ আহ্বান কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ছেমিকণ্ডাক্টৰ উদ্যোগক চাইবাৰ...

আজি বিশ্ব গঁড় দিৱস; ভাৰতৰ ক’ত, কিমান এশিঙীয়া গঁড় আছে?

আজি বিশ্ব গঁড় দিৱস। প্ৰতি বছৰে ২২ ছেপ্টেম্বৰত বিশ্বৰ...

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...