ভয়ংকৰ বিমান দুৰ্ঘটনা, মৃত্যু ১৪জনৰ

এইবাৰ পোহৰলৈ আহিছে এক ভয়ংকৰ বিমান দুৰ্ঘটনাৰ খবৰ। যিটো দুৰ্ঘটনাত মৃত্যু হৈছে ১২জনকৈ লোকৰ।

এই বিমান দুৰ্ঘটনা সংঘটিত হৈছে ব্ৰাজিলত। ব্ৰাজিলৰ আমাজন অৰণ্যত সংঘটিত হৈছে এই বিমান দুৰ্ঘটনা। ব্ৰাজিলৰ বাৰ্চিলচত সংঘটিত হৈছে এই বিমান দুৰ্ঘটনা। এই বিমান দুৰ্ঘটনাত চালকসহ ১২জনকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...