চিৰিয়াখানাৰ ওচৰে–পাঁজৰে ঘূৰি ফুৰিছে বাঘ

সাৱধান, চিৰিয়াখানাৰ ওচৰে–পাঁজৰে ঘূৰি ফুৰিছে বাঘ। অসম ৰাজ্যিক চিৰিয়াখানাৰ ওচৰত প্ৰত্যক্ষ কৰা গৈছে বাঘৰ মুক্ত বিচৰণ। অসম ৰাজ্যিক চিৰিয়াখানা সদৰৰ বনাঞ্চলিক বিষয়াই এই বিষয়ে জানিবলৈ দিছে। এই সন্দৰ্ভত চিৰিয়াখানা কৰ্তৃপক্ষই ৰাইজক উদ্দেশ্যি জাৰি কৰিছে জাননী।

চিৰিয়াখানা সদৰ অঞ্চলৰ আঞ্চলিক বিষয়াই প্ৰকাশ কৰে যে অসম ৰাজ্যিক চিৰিয়াখানাৰ পাহাৰৰ ঘন জংঘল আৰু দাঁতি কাষৰীয়া অঞ্চলত সঘনাই নাহৰফুটুকী বাঘৰ বিচৰণ পৰিলক্ষিত হৈছে। এনে অৱস্থাত উক্ত অঞ্চলত অকলে বিচৰণ নকৰিবলৈ তথা শিশুসকলক অভিভাৱক অবিহনে অকলে এৰি নিদিবলৈ আহ্বান জনাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ওড়িশাৰ উপকূলৰ সমীপৰ গভীৰ সাগৰত প্ৰাকৃতিক গেছৰ সন্ধান ONGCৰ

ভাৰতৰ শক্তি সম্পদৰ অনুসন্ধানৰ ক্ষেত্ৰত উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে...

নাগালেণ্ডৰ পাহাৰৰ পৰা অস্কাৰৰ দুৱাৰমুখলৈ ‘আং’, টৰন্টোত জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ কাহিনী

নাগালেণ্ডৰ পাহাৰৰ পৰা অস্কাৰৰ দুৱাৰমুখলৈ ‘আং’, টৰন্টো চলচ্চিত্ৰ মহোৎসৱত...

আগৰকাৰৰ পিছত কোন? নিৰ্বাচক পদক লৈ চৰ্চাৰ মাজতে শ্ৰীকান্তৰ মন্তব্য

২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য...