বিধানসভাৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰথমখন খচৰা প্ৰকাশ

কোকৰাঝাৰত জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
গোসাইগাঁও, দতমা (ST), কোকৰাঝাৰ(ST)
বাওখুংগ্ৰি আৰু পৰ্বতঝৰা সমষ্টিৰ প্ৰস্তাৱ

ধুবুৰী জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
গোলকগঞ্জ, গৌৰীপুৰ, ধুবুৰী, মানকাচৰ আৰু বিলাসীপাৰা

দক্ষিণ শালমৰা জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
দক্ষিণ শালমৰা

গোৱালপাৰা জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
জলেশ্বৰ, গোৱালপাৰা(ST), গোৱালপাৰা পূব, দুধনৈ(ST)

বঙাইগাঁও জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
অভয়াপুৰী, মানিকপুৰ, বঙাইগাঁও

চিৰাং জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
ছিদলি চিৰাং(ST), বিজনী

বৰপেটা জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
ভবানীপুৰ, মন্দিয়া, চেঙা, ৰূপসী
বৰপেটা(SC) আৰু বজালী

কামৰূপ জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
চমৰীয়া, বকো(ST), পলাশবাৰী, হাজো(SC)
ৰঙিয়া, কমলপুৰ, দিছপুৰ, ডিমৰীয়া(SC)
নিউ গুৱাহাটী, গুৱাহাটী চেণ্ট্ৰেল, জালুকবাৰী

নলবাৰী জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
বৰক্ষেত্ৰী, নলবাৰী, টিহু

বাক্সা জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
গোৱবৰ্ধনা, বাক্সা(ST), তামুলপুৰ(ST), গোৰেশ্বৰ

ওদালগুৰি জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
ভেৰগাঁও, ওদালগুৰি(ST), মাজবাট, টংলা

দৰং জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
ছিপাঝাৰ, মঙলদৈ আৰু দলগাঁও

মৰিগাঁও জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
জাগীৰোড(SC), লাহৰীঘাট আৰু মৰিগাঁও

নগাঁও জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
বটদ্ৰৱা, ৰূপহীহাট, কলিয়াবৰ
চামগুৰি, বঢ়মপুৰ, নগাঁও, ৰহা(SC)
বিন্নাকান্দি, হোজাই আৰু লামডিং

শোণিতপুৰ জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
ঢেকিয়াজুলি, বৰচলা, তেজপুৰ, ৰঙাপাৰা
চতিয়া, বিশ্বনাথ, বিহালী(SC), গহপুৰ

লখিমপুৰ জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
বিহপুৰীয়া, ৰঙানদী, নাওবৈচা, লখিমপুৰ, ঢকুৱাখনা(ST)

ধেমাজি জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
ধেমাজি(ST), চিচিবৰগাঁও, জোনাই(ST)

তিনিচুকীয়া জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
শদিয়া, ডুমডুমা, মাৰ্ঘেৰিটা
ডিগবৈ, মাকুম, তিনিচুকীয়া

ডিব্ৰুগড় জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
চাবুৱা, ডিব্ৰুগড়, মৰাণ, দুলীয়াজান
টিংখাং আৰু নাহৰকটীয়া

চৰাইদেউ জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
সোণাৰি আৰু মাহমৰা

শিৱসাগৰ জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
ডিমৌ, শিৱসাগৰ আৰু নাজিৰা

মাজুলী জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
মাজুলী(ST)

যোৰহাট জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
টীয়ক, যোৰহাট, মৰিয়নী, তিতাবৰ

গোলাঘাট জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
গোলাঘাট, দেৰগাঁও, বোকাখাট, খুমটাই, সৰুপথাৰ

কাৰ্বি আংলং জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
বোকাজান(ST), হাওৰাঘাট(ST), ডিফু(ST)
ৰংখাং(ST) আমৰি(ST)

ডিমা হাচাও জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
ডিমা হাচাও(ST)

কাছাৰ জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
লক্ষীপুৰ, উদৰবন্দ, কাটিগড়া, বৰখলা
শিলচৰ, সোণাই আৰু নৰসিংপুৰ(ST)

হাইলাকান্দি জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
হাইলাকান্দি আৰু আলগাপুৰ

কৰিমগঞ্জ জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
বদৰপুৰ, উত্তৰ কৰিমগঞ্জ
দক্ষিণ কৰিমগঞ্জ আৰু ৰাতাবাৰী(SC)

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কলিয়াবৰৰ বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰ; অসুৰক্ষিত অৱস্থাত চলিছে শিশুৰ পাঠদান

কলিয়াবৰৰ শালবাৰী অংগনবাড়ী কেন্দ্ৰৰ শোচনীয় অৱস্থাই এতিয়া প্ৰশ্নৰ অৱতাৰণা...

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...