আগন্তুক ১০ দিনৰ ভিতৰত ডিমা হাছাওত প্ৰবল বৰষুণৰ আগজাননী

আগন্তুক ১০ দিনৰ ভিতৰত ডিমা হাছাওত প্ৰবল বৰষুণৰ আগজাননী।
ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ এই সতৰ্কবাণী।
ডিমা হাছাওৰ বাসিন্দাসকলক বিপজ্জনক ঠাইসমূহলৈ নাযাবলৈ আহ্বান।
জিলাখনৰ বাবে তিনিটা হেল্পলাইন নম্বৰ মুকলি।
হেল্পলাইন: 03673-236324, 03673-1077, 9435330412।
বিপৰ্যয়ৰ সৈতে মোকাবিলাৰ বাবে কৰ্মচাৰীসকলক প্ৰশাসনৰ প্ৰশিক্ষণ।
জিলা প্ৰশাসনে মজুত কৰিছে খাদ্য, ছেটেলাইট ফোন।
মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে ইতিমধ্যে ডিমা হাছাওলৈ ৰাওনা NDRFৰ দল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...