ছবিগৃহত ধুমুহাৰ সৃষ্টি কৰা ‘শ্ৰীৰঘুপতি’ক লৈ পুনৰ গোচৰ

ছবিগৃহত ধুমুহাৰ সৃষ্টি কৰা ‘শ্ৰীৰঘুপতি’ক লৈ পুনৰ গোচৰ

এইবাৰ আৰক্ষীৰ কাষ চাপিল ছবিৰ প্ৰযোজক শৈলেন শৰ্মা

ছবিৰ দৃশ্যৰ বেআইনী ভিডিঅ’গ্ৰাফীৰ বাবে আৰক্ষীক গোচৰ

একাংশই চিনেমা হলত ছবিৰ দৃশ্যাংশ ম’বাইলত ৰেক’ৰ্ড কৰিছিল

তাৰ পিছত সেই দৃশ্যাংশ ভাইৰেল কৰা হৈছিল সামাজিক মাধ্যমত

কলাইগাঁৱৰ নৱজিত চহৰীয়া নামৰ এজন যুৱকৰ বিৰুদ্ধে গোচৰ

ইউটিউব চেনেলত ১ ঘন্টা ২৩ মিনিটৰ ভিডিঅ’ আপলোড কৰিছিল নৱজিতে

আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ পত্ৰ লিখি ব্যৱস্থা গ্ৰহণৰ আহ্বান

NKTVক এই কথা জনালে ‘শ্ৰীৰঘুপতি’ৰ নায়ক ৰবি শৰ্মাই

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছেলফী উঠাৰ সময়তে ব্ৰহ্মপুত্ৰত পৰিল কিশোৰ

পুনৰ ছেলফীৰ বাবেই সংঘটিত হ'ল এক শোকাৱহ ঘটনা। ছেলফি...

একাংশই দানবীৰ, মহান সজোৱা ফৰিছা চুলতানাৰ কাণ্ডই চকু কপালত তুলিব আপোনাৰো

মানুহ কিমান নিকৃষ্ট হ'ব পাৰে নুশুনিলে-নেদেখিলে আপোনাৰ বিশ্বাস নহব।...

ছাত্ৰ আন্দোলনৰ সন্মুখত নতি স্বীকাৰ

অৱশেষত ক’কৰোছৰ জয়। যন্তৰ মন্তৰসহ সমগ্ৰ দেশ জুৰি হোৱা...

হোজাই-পশ্চিম কাৰ্বি আংলং সীমান্তত শোকাৱহ ঘটনা

হোজাই-পশ্চিম কাৰ্বি আংলং সীমান্তত শোকাৱহ ঘটনা। কপিলী নৈত গা...