পুনৰ অশান্ত হ’ব নেকি BTR?

BTRত পুনৰ নতুন সশস্ত্ৰ সংগঠনৰ জন্ম।
পুনৰ অশান্ত হ’ব নেকি BTR?
পৃথক বড়োলেণ্ডৰ দাবীৰে জন্ম সশস্ত্ৰ সংগঠনটোৰ।
নতুন সংগঠনটোৰ নাম বড়ো লিবাৰেশ্যন আৰ্মী চমুকৈ BLA।
BLAৰ নামত সংবাদ মাধ্যমলৈ প্ৰেছ বিবৃতি।
চলিত বৰ্ষৰ পহিলা ফেব্ৰুৱাৰীতে সংগঠনটোৰ জন্ম হোৱা বুলি দাবী।
বিবৃতিত উল্লেখ থকা মতে সংগঠনৰ সভাপতি বি দৈদেনগ্ৰা।
উপ সভাপতি বি ৰণগৌড়া, সাধাৰণ সম্পাদক বি বোখাংছা।
BLAৰ আৰ্মী চীফ হিচাপে আছে বি এংখলাই ।
তৃতীয় বড়ো শান্তি চুক্তিৰ পিছত নতুন সংগঠন গঠনক লৈ BTRত তীব্ৰ চৰ্চা।
সংগঠনটোৰ অস্তিত্বক লৈয়ো বৈদ্ধিক মহলত তীব্ৰ চৰ্চা।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

গুৱাহাটীৰ লালমাটিত নৃশংস হত্যাকাণ্ড

গুৱাহাটীৰ লালমাটিত নৃশংস হত্যাকাণ্ড। প্ৰেমিকে হত্যা কৰিলে এগৰাকী মহিলাক!...

হিমাচল প্ৰদেশৰ কুলুত ভয়াৱহ ভূমিস্খলন

হিমাচল প্ৰদেশৰ কুলুত ভয়াৱহ ভূমিস্খলন। ভূমিস্খলনত ৩ মহিলাসহ ৬...

অৱশেষত ৰিয়ান পৰাগৰ নেতৃত্বত জয়ৰ মুখ দেখিলে ৰাজস্থানে

অৱশেষত ৰিয়ান পৰাগৰ নেতৃত্বত জয়ৰ মুখ দেখিলে ৰাজস্থানে। বৰ্ষাপাৰাত...

ভয়াৱহ ৰে’ল দুৰ্ঘটনাই দেশত পুনৰ ভয়াৱহ ৰে’ল দুৰ্ঘটনা, হাহাকাৰ পৰিস্থিতি

দেশত পুনৰ সংঘটিত হ'ল ভয়াৱহ ৰে'ল দুৰ্ঘটনা। ওড়িশাৰ কটকত...