পথৰ কাষত খান্দি থোৱা গাঁতৰ বাবে ডিব্ৰুগড়ত দুৰ্ঘটনা, এজনৰ মৃত্যু

  • পথৰ কাষত খান্দি থোৱা গাঁতৰ বাবে ডিব্ৰুগড়ত দুৰ্ঘটনা
  • দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱতিলে এজন যুৱকে
  • লোহাৰপট্টিৰ আব্দুল ৰহিম নামৰ লোকজনৰ মৃত্যু
  • আব্দুলৰ স্কুটি পথত খান্দি থোৱা গাঁতত সোমাই যায়
  • মুঠ ৫,৩২০টা গাঁত খান্দি থোৱা হৈছে ডিব্ৰুগড়ৰ ৰাজপথত
  • জল জীৱন মিছনৰ বাবেই খন্দা হৈছে অধিকাংশ গাঁত
  • গ্ৰেহেম বজাৰৰ ৩ৰাষ্ট্ৰীয় ঘাইপথত খান্দি থোৱা এটা গাঁতত এই দুৰ্ঘটনা
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...