১,৭০,৪৬১ গৰাকী শিক্ষক নিযুক্তিৰ বাবে অধিসূচনা জাৰি

১,৭০,৪৬১ গৰাকী শিক্ষক নিযুক্তিৰ বাবে অধিসূচনা জাৰি কৰিছে বিহাৰ চৰকাৰে। বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱে টুইটাৰত উল্লেখ কৰা অনুসৰি, চৰকাৰখনে ১,৭০,৪৬১ গৰাকী শিক্ষক নিযুক্তিৰ বাবে অধিসূচনা জাৰি কৰিছে। অধিসূচনা অনুসৰি ১৫ জুনৰ পৰা অনলাইন প্ৰ-পত্ৰ উপলব্ধ হ’ব আৰু আবেদনৰ অন্তিম তাৰিখ ১২ জুলাই। তেওঁ লগতে কয় যে, এই বিষয়ে বিতং তথ্য বিহাৰ লোকসেৱা আয়োগৰ ৱেবছাইটত উপলব্ধ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তামাৰহাটৰ গুমা ফেৰিঘাটত যাত্ৰীবাহী নাও দুৰ্ঘটনাগ্ৰস্ত; নদীৰ মাজত আবদ্ধ শতাধিক যাত্ৰী

তামাৰহাটৰ গুমা ফেৰিঘাটত গংগাধৰ নদীত সংঘটিত হৈছে এক ভয়ংকৰ...

এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো পদক; পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল দলীয় ইভেণ্টত ভাৰতৰ ৰূপৰ পদক

আইচি-নাগোয়া এছিয়ান গেমছত পদক অভিযান অব্যাহত ৰাখিছে ভাৰতে। পুৰুষৰ...